মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

কৰ্মৰ তালিকা আৰু দায়িত্ব

সঞ্চালকবিভাগীয় মুৰব্বী হিচাপে ৰাজ্যত পুথিভঁৰাল সেৱাৰ উন্নীতকৰণৰ বাবে আৰু তাৰ বাবে আঁচনি উদ্ভাৱনৰ বাবে দায়বদ্ধ। তদুপৰি সঞ্চালকজনৰ ৰাজ্যৰ পুথিভড়াল সেৱাৰ মুৰব্বী হিচাপে প্ৰশাসন চম্ভালা আৰু পুঁজি সংক্ৰান্তৰ চোৱাচিতা কৰা।
উপ-সঞ্চালকসঞ্চালকক কাম-কাজ চম্ভালাত সহায় কৰা
সহকাৰী সঞ্চালক (পি)সঞ্চালকক তেওঁৰ কাম-কাজ চম্ভালাত সহায় কৰা আৰু পুথিভঁৰাল সঞ্চালকালয়ৰ আঁচনি প্ৰস্তুত কৰা।
অধীক্ষকবিভিন্ন সহকাৰীক দিয়া কাম-কাজ নিৰীক্ষণ কৰা
জিলা গ্ৰন্থাগাৰীজিলা/ ৰাজ্যিক পুথিভঁৰাল সেৱাৰ কাম-কাজ উন্নয়ন কৰা
মহকুমা গ্ৰন্থাগাৰীৰাজ্যিক/মহকুমা স্তৰত পুথিভঁৰাল সেৱাৰ কাম-কাজৰ উন্নয়ন কৰা
প্ৰাসঙ্গিক গ্ৰন্থাগাৰীগৱেষক পণ্ডিতসকলক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গৱেষণা আৰু প্ৰাসঙ্গিক পুথিৰ ব্যৱস্থা কৰি দিয়া
সহকাৰী গ্ৰন্থাগাৰীপুথিভঁৰাল সংক্ৰান্ত এজনে আমোলাৰ কাম কৰিব আৰু আনজনে দিশপুৰ শাখা পুথিভঁৰালৰ বাবে উন্নয়নৰ কাম কৰিব।
গাণনিক (বিভাগীয় প্ৰধান)আমোলাৰ কাম সম্পাদন কৰা
জ্যেষ্ঠ সহকাৰী আৰু গাণনিক (জিলা)জিলা পুথিভঁৰালৰ হিচাপৰক্ষকৰ লগতে টকা-পইচাৰ লেন-দেন আৰু আমোলাৰ কাম
পৰিকল্পনা সহকাৰীসহকাৰী সঞ্চালক (পি) আঁচনিৰ কাম আৰু আন আন বিষয়ত সহায় কৰা
কনিষ্ঠ সহকাৰী (বিভাগীয় প্ৰধান)পুথিভঁৰাল সঞ্চালকালয়ক আমোলাৰ কাম
কনিষ্ঠ সহকাৰী (জিলা আৰু মহকুমাজিলা আৰু মহকুমা পুথিভঁৰালৰ আমোলাৰ কাম
কাৰিকৰী সহায়ক (বিভাগীয় প্ৰধান)পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ গৱেষণা আৰু প্ৰাসঙ্গিক বিভাগৰ পুথি সংক্ৰান্তত কাম সম্পাদন
কাৰিকৰী সহায়ক (জিলা)জিলা স্তৰত পুথিৰ সংক্ৰান্তত কাম সম্পাদন কৰা
কাউণ্টাৰ এটেণ্ডেণ্টপুথিভঁৰালৰ কাউণ্টাৰত উপস্থিত থাকি ইছ্যু কৰা আৰু জমা লোৱা পুথিবিলাক পুথিভঁৰালৰ খলপাত নিয়াৰিকৈ থোৱা
পুথি বন্ধোৱাপুথিভঁৰালৰ পুৰণি পুথি আৰু আলোচনীসমূহ বন্ধা কমা
ড্ৰাইভাৰপুথিভঁৰালৰ গাড়ী চলোৱা
দপ্তৰীচৰকাৰী টকা-পইচা লেন-দেনৰ বাবে বেংক আৰু কোষাগাৰত উপস্থিত থকা
হেণ্ডিমেনগাড়ীৰ ড্ৰাইভাৰক সহায় কৰা আৰু গাড়ী চোৱাচিতা কৰা।