সঞ্চালক | বিভাগীয় মুৰব্বী হিচাপে ৰাজ্যত পুথিভঁৰাল সেৱাৰ উন্নীতকৰণৰ বাবে আৰু তাৰ বাবে আঁচনি উদ্ভাৱনৰ বাবে দায়বদ্ধ। তদুপৰি সঞ্চালকজনৰ ৰাজ্যৰ পুথিভড়াল সেৱাৰ মুৰব্বী হিচাপে প্ৰশাসন চম্ভালা আৰু পুঁজি সংক্ৰান্তৰ চোৱাচিতা কৰা। |
উপ-সঞ্চালক | সঞ্চালকক কাম-কাজ চম্ভালাত সহায় কৰা |
সহকাৰী সঞ্চালক (পি) | সঞ্চালকক তেওঁৰ কাম-কাজ চম্ভালাত সহায় কৰা আৰু পুথিভঁৰাল সঞ্চালকালয়ৰ আঁচনি প্ৰস্তুত কৰা। |
অধীক্ষক | বিভিন্ন সহকাৰীক দিয়া কাম-কাজ নিৰীক্ষণ কৰা |
জিলা গ্ৰন্থাগাৰী | জিলা/ ৰাজ্যিক পুথিভঁৰাল সেৱাৰ কাম-কাজ উন্নয়ন কৰা |
মহকুমা গ্ৰন্থাগাৰী | ৰাজ্যিক/মহকুমা স্তৰত পুথিভঁৰাল সেৱাৰ কাম-কাজৰ উন্নয়ন কৰা |
প্ৰাসঙ্গিক গ্ৰন্থাগাৰী | গৱেষক পণ্ডিতসকলক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গৱেষণা আৰু প্ৰাসঙ্গিক পুথিৰ ব্যৱস্থা কৰি দিয়া |
সহকাৰী গ্ৰন্থাগাৰী | পুথিভঁৰাল সংক্ৰান্ত এজনে আমোলাৰ কাম কৰিব আৰু আনজনে দিশপুৰ শাখা পুথিভঁৰালৰ বাবে উন্নয়নৰ কাম কৰিব। |
গাণনিক (বিভাগীয় প্ৰধান) | আমোলাৰ কাম সম্পাদন কৰা |
জ্যেষ্ঠ সহকাৰী আৰু গাণনিক (জিলা) | জিলা পুথিভঁৰালৰ হিচাপৰক্ষকৰ লগতে টকা-পইচাৰ লেন-দেন আৰু আমোলাৰ কাম |
পৰিকল্পনা সহকাৰী | সহকাৰী সঞ্চালক (পি) আঁচনিৰ কাম আৰু আন আন বিষয়ত সহায় কৰা |
কনিষ্ঠ সহকাৰী (বিভাগীয় প্ৰধান) | পুথিভঁৰাল সঞ্চালকালয়ক আমোলাৰ কাম |
কনিষ্ঠ সহকাৰী (জিলা আৰু মহকুমা | জিলা আৰু মহকুমা পুথিভঁৰালৰ আমোলাৰ কাম |
কাৰিকৰী সহায়ক (বিভাগীয় প্ৰধান) | পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ গৱেষণা আৰু প্ৰাসঙ্গিক বিভাগৰ পুথি সংক্ৰান্তত কাম সম্পাদন |
কাৰিকৰী সহায়ক (জিলা) | জিলা স্তৰত পুথিৰ সংক্ৰান্তত কাম সম্পাদন কৰা |
কাউণ্টাৰ এটেণ্ডেণ্ট | পুথিভঁৰালৰ কাউণ্টাৰত উপস্থিত থাকি ইছ্যু কৰা আৰু জমা লোৱা পুথিবিলাক পুথিভঁৰালৰ খলপাত নিয়াৰিকৈ থোৱা |
পুথি বন্ধোৱা | পুথিভঁৰালৰ পুৰণি পুথি আৰু আলোচনীসমূহ বন্ধা কমা |
ড্ৰাইভাৰ | পুথিভঁৰালৰ গাড়ী চলোৱা |
দপ্তৰী | চৰকাৰী টকা-পইচা লেন-দেনৰ বাবে বেংক আৰু কোষাগাৰত উপস্থিত থকা |
হেণ্ডিমেন | গাড়ীৰ ড্ৰাইভাৰক সহায় কৰা আৰু গাড়ী চোৱাচিতা কৰা। |