মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

প্ৰেক্ষাগৃহ সম্পৰ্কে জানক

জিলা পুথিভঁৰালৰ শ্ৰোতাকক্ষ সম্পৰ্কেঃ অসম পুথিভঁৰাল সেৱা সঞ্চালকালৰ অধীনৰ জিলা পুথিভঁৰালৰ শ্ৰোতাকক্ষক বিভিন্ন চৰকাৰী, অৰ্ধ চৰকাৰ, সংগঠন, ব্যক্তিয়ে পুথিভঁৰাল সেৱা সঞ্চালকলৈ এখন আবেদন লিখি বন্দোবস্ত কৰিব পাৰে। বাতানুকুল প্ৰেক্ষাগৃহ। এচি বন্দোবস্তৰ ভাড়া ৯০০০ টকা আৰু শাত তাপ নিয়ন্ত্ৰণহীনৰ বাবে ভাড়া ৪০০০ টকা আৰু ৩০০০ টকাৰ নিৰাপত্তা ধন(ই ফিৰতযোগ্য)। আসনৰ ক্ষমতা ৬৪৬ খন।

অসমৰ প্ৰত্যক জিলা পুথিভঁৰালৰে প্ৰক্ষাগৃহ আছে তাৰে বিছুমান নিৰ্মিয়মান অৱস্থাত আছে। যোগাযোগৰ নম্বৰৰ সৈতে পুথিভঁৰালৰ প্ৰেক্ষাগৃহৰ তালিকা ইয়াৰ লগত সংলগ্ন কৰা হল।