মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

দিব্যাংগৰ কোণ

এইটো কোণত বিশেষভাৱে সক্ষম লোক আহি আৰু এিটো চুকৰ পৰাই সেৱা লাভ কৰিব পাৰে। এি চুকটোত ব্ৰেইল কিতাপ, ব্ৰেইল চিঠি, হুইল চেয়াৰ, বিশেষ কম্পিউটাৰ উপলব্ধ। কোনো ধৰণৰ সদস্যভৰ্তিৰ মাচুল নোহোৱাকৈ তেওঁ ইয়াৰ পৰা সেৱা লাভ কৰিব পাৰে।